top of page

"বায়ুগ্ৰস্ত নিহন্তা" তুষাৰ ৰঞ্জনৰ প্ৰথমখন প্ৰকাশিত ৰহস্য উপন্যাস। ৰূদ্ধশ্বাসেৰে উপভোগ কৰিব পৰা এই চাইক' থ্ৰিলাৰ উপন্যাসখনিয়ে শেষ পৃষ্ঠা পৰ্যন্ত ৰোমাঞ্চ, শিহৰণ আৰু চাচপেন্স ধৰি ৰখাত সম্পূৰ্ণ ৰূপত সফল হৈছে। "জীৱনত পোৱা সীমাহীন মৰ্মাঘাতে কেতিয়াবা কেতিয়াবা কাৰোবাৰ মনত জন্ম দিব পাৰে ক্ৰুৰতাৰ। এই ক্ৰুৰতাবোৰেই সৃষ্টি কৰে একোজন একোজন চয়তানৰ। যাৰ ফলত কোনোবা কোনোবা বলি হ'ব লগা হয় চয়তানবোৰৰ পাশৱিকতাৰ।" এই কাহিনীয়ে পাঠকক সেইখন জগতলৈ লৈ যাব যিখন জগতত আছে পাঠকক ভীতিগ্ৰস্ত কৰিব পৰা মনুষ্যত্বহীনতাৰ অপূৰ্ব বৰ্ণনা। স্বকীয় শৈলীৰে বিস্ময়কৰ কাহিনীৰে বৰ্ণিত, বাস্তৱিকতাৰে ভৰপূৰ এই উপন্যাসখনিয়ে স্বাভাৱিকভাৱেই পাঠকক সন্মোহিত কৰিব।

Bayugrasta Nihanta

₹115.00Price

    Related Products

    bottom of page