top of page

আহত শিয়ালীৰ গেঙনি" দ্বীপ শৰ্মাৰ প্ৰথমখন প্ৰকাশিত ৰহস্য উপন্যাস। তীব্র ৰোমাঞ্চেৰে ভৰপুৰ এখন অগতানুগতিক উপন্যাস খনিয়ে শেষলৈকে কৌতুহল আৰু শিহৰণ ধৰি ৰখাত সম্পূৰ্ণ সফল হৈছে। এটা সামান্য ভুলে এটা পৰিয়ালৰ লগতে এখন গাওৰ লগতে সমাজলৈ ও কেতিয়াবা বিপৰ্যয় নমাই আনিব পাৰে। কিছুমান ভুলৰ সুধৰণি নাথাকে , থাকে মাথোঁ হতাশা। আৰু তাৰ ফলতেই জন্ম হয় কিছুমান পাশৱিকতাৰ। আৰু সেই পাশৱিকতাৰ বলি হব লগীয়া হয় বহুতো। এই কিতাপখনৰ যোগেদি পাঠক সকলে এনেকুৱা এটা তিক্ত অন্তৰ কপি যোৱা কাহিনীৰ ভিতৰলৈ যাব পাৰিব যিটো পাঠকসকলৰ কল্পনাৰো অগোচৰ। মাজে মাজে ভৌতিকতাৰ আমেজ দি এক অগতানুগতিক কাহিনীৰে পিছত এবাৰৰ বাবে হলেও বুকু কপি উঠিব প্ৰতিজন পাঠকৰ।

Ahat Shiyalir Gengonee

₹119.00Price
    bottom of page