top of page

Forum Posts

Xomadhan
Dec 31, 2022
In Writing
Yet again a year is winding up A yearlong epilogue is having its irrevocable denouement Contless resolution turned to dust, Whats the point of having one. And another year unfolding its semblance Readying to cast its spell Why do we care so much? What do we always crave for? Do we always get want we want or Its just an illusion. Dreams fabricates aspiration It can be anything from fantasy, nightmare to vision Needs phenomenal courage to pursue them Accompanying determination and hard work And yet not trying to be the best on all chores But being good in small doses Is not a duck soup.
2
0
9
Xomadhan
Dec 31, 2022
In Writing
I am the best? Nah, I am not I want to be the best? Mostly I don't I want to be great? Yes, maybe one day! Now, let me be good. Best inflict ego It craves for more Best is transient Great is forever Good is diurnal What do I become then? Best, Good or Great Good is enough por ahora!!
1
0
7
Xomadhan
Dec 12, 2022
In Writing
হৃদয়ত থকা নীল গভীৰতা, দুচকুত থকা নিবিৰ মমতা, তাকেই বিচাৰে নেকি জীৱনে? সমুখতে দেখো আজি পুৰণি বাগৰি পৰে, নতুনে মাথো ৰিঙিয়ায়| জীৱনৰ বাটটিত এৰি অহা খোজবোৰ, নিতে মচে কোন ধুমুহাই| সোঁৱৰণি কুঁৱলীয়ে চিঞৰি চিঞৰি কয়, অতীতৰ সীমাৰেখা নাই| মিছায়ে উভতি চাই, পাহৰা গীতকে গাই, দেহা মোৰ ভাগৰিহে যায়| কিবা যেন বিচাৰি, হেৰুৱালো পৰিচয়, পৰিচিতো আতৰিহে যায়| আজিৰ সোতত বহি কালিৰ সপোন দেখি, আশা মোৰ নিচে বাঢ়ি যায়, নতুনে মাথো ৰিঙিয়ায়|| তোমাৰ কথা যেতিয়া ভাবো দুচকু পানীৰে ভৰে, বিৰিনা বনৰ পাতৰ আগে, এটুপি নিয়ৰ সৰে| তুমি যেন দূৰ দূৰণিতে শুনা ৰিনিকি ৰিনিকি বাহী, নিজম ৰাতিৰ সোতে সোতে যেন কাষলে আহে ভাহি| হেৰোৱা ফুলৰ সুবাসেৰে পদূলি উপচি পৰে, তোমাৰ কথা মনত পৰিলেই, বুকুখন উৰুঙা উৰুঙা লাগে| শুকান পাত উৰুৱাই যেন এচাটি পছোৱা বলে , বৰ অসহায় অসহায় লাগে|| এৰি অহা পথ, আন্ধাৰে দেখোন আৱৰি আছে| আশা ভৰা ৰথ, বিপদে দেখোন আগচি ৰাখে| মই যি বাটেৰে ওলালো আজি, মই ন সাহসেৰে সাহসী আজি, মই নাহোঁ উলতি| মই ন পথেৰে জ্যোতিৰে পক্ষী ফুৰো বিচাৰি| তথাপিও কিয় বাৰে বাৰে ভাগৰে আহি আমনি কৰে| কিহৰ যাদুত? কি পৰশত? জ্যোতি পক্ষীবোৰে আগলৈ দেখো বাউলি মাতে| মই ন অশাৰে ফুলনি সাজি, ফুৰো উমলি| জীৱনে বিচাৰে কি? হৃদয়ে জানে নেকি? দুপৰৰ আকাশত জ্বলে জুই, নৈ বুকুতো হাজাৰ হাজাৰ কথা আছে শুই| নদীয়ে জানে জানো সাগৰৰ গতি? মানুহৰ মুখে মুখে, ইতিহাসৰ পাতে পাতে, নিগৰি নিজৰি আহিছো আমি, আমি কোন? আমাৰ পৰিচয় কি? কেতিয়াবা সুধি চাবাচোন নিজকে তুমি কোন? Note: Every word, every feeling that we write and feel are once felt by someone and wrote it down. We are just copying their words knowingly and unknowingly, making and mingling them into ours and that is the beauty of it. The lines of this poem are thoughts of various renowned poets before our time that inspires me a lot. I have written it according to my sentiments and experiences. You can say its edited or copied and yes it is. That is why we read.
তুমি কোন? content media
1
0
12
Xomadhan
Dec 06, 2021
In Writing
Am I too overloaded with emotions? Ready to burst like a nuclear bomb Sensitive to even the slightest feelings or change of situations And emotions so unpredictable, so chaotic Like a whirlwind invaded with lights, sounds, taste, smell and sensation Emotions entangled unexpressed Tear me to bits Eruption of anxiety burst in my mind Can't keep up, Am I losing? Where is the factory setting to reset my brain? Note: When you think you are mature enough to handle things on your own, there comes a cyclone that makes your life upside-down. You are never mature enough to handle everything that comes your way. You are helpless. Moving on is the only way sometimes up till death.
FACTORY SETTING content media
4
2
20
Xomadhan
Dec 06, 2021
In Writing
ডিচেম্বৰ মাহ আহিলে শীতৰ অনুভৱে অন্য এক অমেজ প্রদান কৰে মোক৷ চাগে শীত মাহতেই মোৰ জন্ম হোৱাৰ বাবেই মোৰ অন্তৰৰ দুৱাৰ মেলি দিয়ে এই শীতে৷ শীতল চেঁচা বতাহ জাকে কঁপাই যোৱা গছবোৰৰ পৰা এখিলা এখিলাকৈ পাতবোৰ সৰি অহা আৰু নতুন কুঁহিপাতৰ বাবে গছবোৰৰ অপেক্ষা আৰম্ভ হয় এই শীততে। পুৱাৰ নিয়ৰত পৰি ৰ’দৰ তিৰবিৰ ৰংবোৰ আৰু পদুলি মুখৰ শেৱালি ফুলৰ সুবাসে মন ভৰাই তোলে৷ আজিও এই ৰং, সুবাস আৰু সৌন্দৰ্য্য কিছু হ’লেও অৱশিষ্ট আছে৷ শীতৰ ঠেটুৱৈ ধৰা জাৰত গৰম কাপোৰৰ উম এৰি বিচনা এৰি আহিবলৈ এলাহে আগুৰি ধৰে আৰু কিছু স্মৃতি-বিভোৰ (নষ্টালজিক) সময়ৰ স্মৃতিয়ে হৃদয়ত উখল-মাখল লগাই পাৰ হৈ যায়। একুৰা জুই কাষত আপোন মানুহৰ লগত ৰসাল আড্ডা মৰা মাথো শীত আতৰোৱাৰ চেষ্টাই নহয়, ই আমাৰ যান্ত্ৰিকতাৰ জীৱনৰ পৰা অলপমান সোৱাদ লোৱাৰ সুযোগ৷ বনভোজৰ হাঁহি ফুৰ্টি , নাচ-গানেৰে শীতৰ উদযাপন সঁচাকৈয়ে মনোৰম৷ এতিয়া মাথো স্মৃতিৰ গহ্বৰত শীতৰ জুহালৰ সোৱাদ লোৱাৰ । তথাপিও অনুভৱ কৰিলো আজি।
শীত তোমালৈ  ত্ৰকলম content media
3
0
10
Xomadhan
Sep 30, 2021
In Writing
সপোন এটি নিভাঁজ অনুভূতিৰে আৱৰি ৰখা, এটা মায়াময় শব্দ। এটি ছন্দোময় আৱেগ। অনেক কিৰণেৰে উদ্ভাসিত এটিআশা। ৰূপান্তৰলৈকে বিস্তাৰিত হৈ থকা, সপোন এক বিশাল পৰিসৰ। জাৰৰ কুহুমীয়া পুৱাত মিঠা ৰ’দ যেন একাঁজলি সপোন গ্ৰীষ্মৰ ভৰদুপৰীয়া এচাটি মৃদু মলয়াৰ বতাহৰ হাবিয়াস যেন এটি সপোন পূৰ্ণিমাৰ জোনবাইৰ বুকুত জোনাকী ঘৰ এখন সজাৰ এটি মিঠা সপোন সেউজীয়া ঘাঁহনিত বহি হীৰুদাৰ “আৱৰণ খুলি হিয়া জুৰোৱা” প্ৰেমৰ কবিতা আওঁৰোৱাৰ সপোন শৈশৱতে দুচকুত সানি লোৱা লুকাভাকু খেলা শুকুলা ডাৱৰৰ স’তে এটি মিঠা সপোন লৈ ফুৰোঁ আজিও। সপোনবোৰ হ’ল অৱদমিত বাসনাৰ গোপন প্ৰকাশ A Secret outlet of suppressed desires.
2
0
23
Xomadhan
Sep 30, 2021
In Writing
হেঁপাহ এটা বুকুত বান্ধি দুঃখৰ মাজতো হাঁহিছো জন্ম লগ্নৰে পৰা দুঃখ মোৰ সহচৰী ধুসৰ মোৰ সন্মুখত পিতাইৰ প্ৰতিচ্ছবি দেউতাৰ স্নেহসনা মুখৰ মাত মোৰ বাবে এক অনুভৱী সত্ত্বা আইৰ শুভ্ৰ সাঁজযোৰত উকা কপালৰ ভাঁজত আমাক মানুহ কৰাৰ স্বাৰ্থত অহৰহ চলে জীৱন-সংগ্ৰাম সোন তুমি নীতি -নিয়মৰ মাজত চলিবা দেই , দেউতায়ে কোৱা সেই কথাষাৰ মোৰ কণ´কুহৰত আজিওঁ বাজি থাকে নিষ্ঠুৰ নিয়তিয়ে দেউতাক লৈ গল মাথোঁ বেৰত এখন ছবি ওলমি হৈ ৰ'ল দেউতাৰ মনৰ হেঁপাহ বোৰ মনতে ৰ'ল। দেউতা মই জীয়াই ৰাখিম আপোনাৰ সপোন।
1
0
5
Xomadhan
Sep 26, 2021
In Writing
শেষবাৰৰ বাবে সপোন কেতিয়া আৰু কি দেখিছিলো জানো, মনতে নপৰেচোন আজিকালী। সপোন নেদেখা বহু যোগে হ’ল। আগতে চিলমিল আধা কেচা টোপনিতে সপোন দেখিছিলো। শোৱাৰ লগে লগে সপোনৰ নাচোন আৰম্ভ। কি দিন, কি ৰাতি, দেহাটো কাতি কৰিলেই তাক্ ধিনা ধিন্। তাকো এলাপেচা নহয়, একদম কালাৰফুল সপোন আহিছিল। কেতিয়াবা ছুপাৰমেন, ক্ষন্তেকতে উৰি গৈ যত তত পাইছিলো। কেতিয়াবা নিজকে হিন্দী ফিল্মৰ হিৰো হৈ দিপিকা আৰু কেটৰিনা লগত নাচিছিলো, ৰোমান্স কৰিছিলো। কেতিয়াবি নিজকে নৰেন্দ্ৰ মোদি ভাৱি ভাষন দিছিলো "ভাই আৰু বেহেনো, অচ্ছে দিন আনে ৱালে হে" ইত্যাদি ইত্যাদি। উফ্! ভাবিলেই গাটো একচাইটেদ হৈ যায়, ৰিমঝিমাই যায়। সপোনৰ আমেজে বেলেগ। আৰু এতিয়া... ৰঙীন বাদ, সপোনৰ নামত কিবা ক’লা-বগা এটাও নেদেখা হলো। ইচ্ছা কৰিলেই যে সপোন দেখিব নোৱাৰি। তাতে আকৌ ভূতৰ ওপৰত দানহ পৰাদি ওলাল ক’ৰ’না। দিনৰ ১২ বজাতে ঘৰত সোমাই শুই-বহি থকাৰ বাদে কৰিবলৈ একোডাল কাম নাথাকে। ধুনীয়া ধুনীয়া সপোন দেখিলেও শুই থাকিবলৈ মজা। কেতিয়াবা ভাবো, সপোন দেখাৰো চাগৈ কিবা নিৰ্দিষ্ট বয়স আছে। চাকৰি আবেদন কৰাৰ উৰ্ধতম বয়সৰ সীমা নিৰ্ধাৰণ কৰি দিয়া নিচিনাকৈ ভগৱানেও এটা বয়সৰ ডেওনা পাৰ কৰা পিছত নিদ্ৰাত ভুমুকি নামাৰিবলৈ কিজানি সপোনক সকীয়াই থৈছে নেকি। মোৰ বাবে “সপোন”, হেজাৰ অনুভূতিৰে আৱৰি ৰখা এটা মায়াময় শব্দ, এটি ছন্দোময় আৱেগ। সপোন উভতি অহাৰ অপেক্ষাত।
1
0
12
Xomadhan
Sep 25, 2021
In Writing
হৃদয় সিক্ত কৰি যোৱা এজাক বৰষুণৰ অপেক্ষাত মই আছো এটোপি আশা লৈ  যি বৰষুণৰ টোপালে মোৰ হৃদয়ক শাঁত পেলাব মনৰ ব্যাধিবোৰ ধুুইনিকা কৰিব পুনৰ ৰসাল উৰ্বৰা হ'ব মোৰ সপোনবোৰ ধুলিয়ৰী বাটেৰে বাটকুৰি বোৱা এজোপা পান্থ-পাদপ মই এটি ভাগৰুৱা পথিক যি জীৱনৰ খলা-বমা বাটত বাৰে বাৰে উজট খাওঁ লক্ষ্যস্থান যে এতিয়াও বহুদূৰ......
2
0
9
Xomadhan
Aug 04, 2021
In Writing
সৰল নে সাথঁৰ? শব্দহীন কথাবোৰ ধূসৰ নে মায়া? নোৱাৰি বুজিব এই ভাষা প্ৰীতি নে বাসনা? সহিব নোৱাৰি প্ৰতিপল অন্তহীন বেদনা ~xoma.dhan
3
0
8
Xomadhan
Jul 21, 2021
In Writing
Acknowledgement can sometimes be the golden word we need, That justifies an ignorance to our false sense of bliss, People only talk, with no actions, We would only need to acknowlwdge, never having to change our ways, What good is acknowledging someone, If you choose not to act upon it, To actually change, we acknowledge to be wrong, Sense willfully accepting one's certitude admits existence, In appreciation of the time and effort, Acknowledge if panegyrize, Or what is the meaning of being alive. ~Zit/জiত
3
2
14
Xomadhan
Jul 21, 2021
In Writing
Deep in my heart I will pretend I'm okay But the time I spent with you I cannot delete them More then saying I love you Its hard to say goodbye Our beautiful memories The street we used to walk together I'll end up walking alone without you Looking at the same place Talking about the same thing Familiar routines, Meaningless days, Everything feels a lie, I want to turn back time. Maybe for me, You could be the last love I'll keep you engraved in my heart for the rest of the life. I'll pretend I am okay, I'm being reasonable, I'll keep only good memories, I'll live with them. After all I did, I tried my best to make up to you. Now your eyes looking at me, I think I know how you feel, Goodbye my dear, Forever................ I can't move on, Maybe thats my damnation without you.
3
0
9
Xomadhan
Jun 08, 2021
In Writing
IS THIS LOVE? When all I see is segregation, In the midst of congregation. IS THIS HATE? When I enter a place, Everyone goes silent. AM I WRONG Going across the bridge In search for the unknown ALL I WANTED Leaving my past world for a new one Dreams, wishes and prayers all said Going to a foreign place of my dream When my hard work will bring forth profit ALL I CAN GET Is a smile on my face Great love deep inside my heart And a spirit saying “keep pushing on” THE REST TO COME For me to overcome As I search for more
3
2
12
Xomadhan
Jun 08, 2021
In Writing
My hunger drives me to work infinity, Searching for subsistence amidst vicinity, Dipping my hands I find what to feed on, A bright picture in my mind leads me on, Deep hunger in my innermost thoughts, Desire to filled as images come along, The feeling of longing to be filled up, In an empty space, I try not to give up, Each steps taken brings out emptiness, In the midst of it I fight off loneliness, Spirits of the old come fill in my soul, Bring me nutrients of whats untold, With empty stomach I pursue my goal, To see final images as life itself unfold.
2
2
9
Xomadhan
Jun 05, 2021
In Writing
যোৱাৰাতি অথবা ৰাতিপুৱা এজাক ধাৰাষাৰ বৰষুণ পৰিছিল ৰদ জিলমিল পাতবোৰ তাৰ সাক্ষী চিকুণ বনবোৰ, বাটবোৰ তাৰ সাক্ষী বহুদিনৰ পাছত উভতি আহিছো আজি সেমেকা বকুলৰ তলেদি পাতবোৰ এতিয়াও টুকি আছে চকুলো ভাৱিলো, আপোনৰো আপোন বুলিবলে' মোৰ আছেনো কি বিমূৰ্ত কিছু পল, কিছু স্মৃতি নিৰ্লজ্জ কিছু আৱেগ সমাপ্তিহীন বাক্‌বিতন্দা অজানিতে দুটোপাল চকুলো পৰিলহি কোলাত হুৰাই দিলো যা: দূৰলৈ যা সময়ে অসময়ে আহি কিয় দিয় দুখ
বৰষুণৰ কথা content media
1
0
14
Xomadhan
May 29, 2021
In Writing
Out of my haze, Out of my head I am on the edge, trying to escape Echoes all I hear World is going sideways Sky is running out of blue Scared of it, I am not used to be Feet on the ground, Feet on the ground Never falling out, round and around Even when we are upside down Waiting a bit longer, to be stronger Sunlight on my face, but can't get enough Day & night, feels all glued together Stuck in the waves of a storm, you can't weather Can't get through, Hard to tell Why? Maybe, not really ready to just go open up Then, I see your light And I knew, today won't be so hard to face Its like the sun comes up on you But I couldn't find the right words The meaning to get back to you Probably why it has taken me this long And now maybe there is a chance If only I could find the right words
Sun on you content media
2
1
19
Xomadhan
May 16, 2021
In Writing
Where did my wings go? Straight up to the sky? Thought that things would turn out true That if I believe enough, I would fly Did faith let me down Or did I not have enough Time is rushing past & I can barely see Seems like this fall, the ground will come to take me home All that I can do is close my eyes Feels like the wind running through my veins I should have known It was all just a lie A feeling of truth that I cannot explain
5
0
17
Xomadhan
May 06, 2021
In Writing
স্মৃতিৰ বোকোচাত উভতি যাও মধুৰ অতীতলৈ বৰদৈচিলা হৈ তুমি আহা মনলৈ পাহৰিব পাৰি বুলি পাহৰিব জানো পাৰি তোমাৰ স্মৃতিবোৰে কৰেহি আমনি বৰষাৰ বাৰিষাত আৰু মেঘৰ গিৰ‌‍-গিৰণিত উঠে সঘনাই জোরাৰ উন্মাদ বতাহ জাকৰ মাজত শান্ত চিলা হৈ দেখা দিবা সপোনত আহি এবাৰ সপোনৰে বাকৰিত প্রতিটো উশাহত অনুৰাগ তুমাৰ প্রতিটো পলত হেঁপাহৰ ঢৌ আহে সঘনে তোমাৰ অস্তিত্ব বিচাৰি মই হেৰাই যাও নিমিষতে সোঁনোরালি সপোনৰ পম খেদি বুকু দুৰু দুৰু কপে এই অনুভর যে খন্তেকীয়া মিছা সপোনৰ অলেখ তৰা দেখিছো সৰি পৰে
5
0
14
Xomadhan
Apr 30, 2021
In Writing
Sometimes, You can't crawl, You can't walk, No matter how hard you try; And you can't fly, So I want to run away, To a place where I belong; In the castle of my room, I'll hide away; Heaven on earth, But where is that? I want to run away to a place Where my breath will remind me if I am alive or living, Where my scars of the past will heal my wounds and disappear, Where my smile is not fictitious but sincere, Where I can survive the hardest battle of all - the inner battle with ones own mind, feelings and thoughts; But why can't I find it? cos you can't run away from yourself; If truth be told I don't know; I can only dream, cos everything is in my head. #NaPoWriMo
3
3
12
Xomadhan
Apr 01, 2021
In Writing
বহু বছৰ আগতে গুণগুনাইছিলো এটি কলি, এটি-দুটি কলি মিলি অজানিতে হৈছিল সূৰ ছন্দ, সেই অজানিতে সৃষ্টি হোৱা সূৰ-ছন্দবোৰ ৰুপান্তৰিত হৈছিল শব্দলৈ, শব্দবোৰ একীভূত হৈছিল কবিতালৈ। এটি নিজৰ কবিতা, ভারি যিমান আনন্দিত হৈছিলো, তাতোতকৈ পাইছিলো মই সকাহ। সকাহ যে মোৰ অব্যক্ত কথাবোৰ ব্যক্ত হৈছিল শব্দলৈ, প্রকাশ কৰিব পাৰিছিলো ভারনাবোৰ, আৰু অলিখিত কথাবোৰ হৈছিল লিখিত। সেই অনুৰক্তি আজিও এৰাব পৰা নাই মই, চিৰদিন সাচিঁ ৰাখিম সেই মুহূর্ত, আৰু এদিন সেই মুহূর্তবোৰ হৈ উঠিব এটি বিনন্দীয়া কবিতা।।। PS: How & Why I started writing. #NaPoWriMo
আগকথা মোৰ কবিতাৰ content media
5
1
29

Xomadhan

More actions
bottom of page