– ডাঃ গীতাৰ্থ তালুকদাৰ
ফাগুনী বতাহৰ আচল ধৰি,
মৃদু লাহি পৰশে,
মদাৰ, সোণাৰু, শিমলুৰ,
ৰেণুকো চেৰ পেলাই,
আহিছে কাষলৈ;
এই ৰিক্ত হৃদয়ৰ
বেদনা দূৰ কৰিবলৈ;
বাউলি ধূলিময় বতাহত,
নিগৰিছে বৃষ্টিৰ টোপাল হৈ,
নিৰস হিয়াত
সেউজ বিৰিঙাবলৈ ।
Welcome visitors to your site with a short, engaging introduction. Double click to edit and add your own text.
ধুনীয়া ✨👏
Awesome 👍🏼
👍👍