
Welcome to
the Book store by
WissenMonk
Save Up to 50%
Subscribe to WissenMonk Library for affordable reading!
Explore:
-
Ebook
-
Paper Back

.png)








Bayugrasta Nihanta
by Tushar Ranjan Kashyap
এখন সদাব্যস্ত চহৰ, কিছুদিনৰ অন্তৰালত তাত সংঘটিত হৈ থকা কেইটামান পৈশাচিক হত্যাকাণ্ড আৰু কেইটামান আখৰ। কোনে, কাক আৰু কিয়?" শেষ পৃষ্ঠালৈকে ৰহস্যৰে আবৃত হৈ থকা শিহৰণকাৰী কিছুমান ঘটনাৰ ৰূদ্ধশ্বাস বৰ্ণনা লৈ আগবাঢ়িছে তুষাৰ ৰঞ্জন কাশ্যপৰ প্ৰথমখন থ্ৰিলাৰ উপন্যাস বায়ুগ্ৰস্ত নিহন্তাৰ কাহিনী। তাৰ লগতে ৰহস্য সাহিত্যৰ সচৰাচৰ শৈলীটোৰ পৰা কথঞ্চিৎ আতৰি আহি কাব্যিকতাকো স্থান দিয়া হৈছে বায়ুগ্ৰস্ত নিহন্তাত। এই কাহিনীটোৱে পাঠকক সেইখন জগতলৈ লৈ যাব যিখন জগতত আছে পাঠকক ভীতিগ্ৰস্ত কৰিব পৰা মনুষ্যত্বহীনতাৰ অপূৰ্ব বৰ্ণনা।

Poetry Anthology
by Various Poet
এখন সদাব চহৰ, কছিদনৰ অৰালত তাত সংঘত হ থকা কইটামান পশািচক হতাকা আ কইটামান আখৰ। কােন, কাক আ িকয়?" শষ পৃ াৈলেক ৰহসেৰ আবৃত হ থকা িশহৰণকাৰী িকছমান ঘটনাৰ াস বণনােৰ আগবািঢ়েছ বায়ু িনহাৰ কািহনীভাগ। সকেলা ণীৰ পাঠকেকই ৰসাদন কিৰব পৰাৈক কািহনীেটা আগবঢ়াই িনয়াত আিম যত ৰখা নাই। তাৰ লগেত ৰহস সািহতৰ সচৰাচৰ শলীেটাৰ পৰা কথিৎ আতিৰ আিহ কািবকতােকা ান িদয়া হেছ বায়ু িনহাত।


IT'S ON
Merchandise