দীঘলী পুখুৰীৰ পাৰত,
বগা সাঁজ আৰু ৰঙা উৰণি লৈ
সুজে সূজে সপোন গঢ়ি উঠে কোনে?
চকুত কাজল, ওঁঠত লিপষ্টিক
মন মূহি নিলে শকলোৰে কোনে?
চাৰিওফালে বগা ৰঙা পখিলা,
হাঁহি যেন মুকুতা।
কান্ধত বহু সপোনৰ ভাৰ,
এগৰাকী নাৰীৰ দ্বায়িত্ব।
চঞ্চল চাউনী, লৰালি কালৰ ধেমালি,
সূজে সূজে এক নতুন প্ৰস্তুতি।
কোন হেইজনি?
নুচোৱাকে থাকিব নোৱাৰা,
চহৰৰ পখিলা?
দীঘলী পুখুৰীৰ বতাহ,
তাই সন্দিকৈৰ হেপাঃ।
নেহা ভৰালী। 🌻
Sorry I cannot read it but I am sure it's well written 💕.