শুকান পৃথিৱীৰ
আলিয়ে আলিয়ে
চিনাকী সুৰৰ মাজত
তুমি ফাগুনৰ পলাশ ।
উন্মনা প্ৰেমিকাৰ
ধমনীৰ চালিকা শক্তি
হৃদয়ৰ ৰং...🌸🍁
প্ৰেমত পৰিবা নেকি মোৰ ?
নিৰস জীৱনটোত ফাগুনৰ ফুলপাহ হৈ
আহানা হৃদয়লৈ ,,,,,,,
সৰি পৰা ফুলপাহৰ দৰে আঁকোৱালি লম
বুকুৰ মাজত ।
আৰু দি যাম অযুত মৰম .......।।❤️
ফাগুন বলিয়াবোৰে ফুল দেখিলে ৰৈ যায় 💕
এবাৰ মাত্ৰ ফাগুনৰ প্ৰেমত পৰিব শিকা , নিৰস জীৱনটোও লাহে লাহে ৰসাল হৈ উঠিব 🍁💚
the best lesson of life is taught by spring..........